Browsing Category
সুখবৰ
কংগ্ৰেছ দলে অসমত “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক যাত্ৰাৰ উন্মোচন কৰে
অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে ৰাজ্যজুৰি “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক যাত্ৰা আজি উন্মোচন কৰে।প্ৰদেশ কংগ্রেছৰ “অসম বচাও…
ঘোষণা হ`ল অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা
অসম বিধানসভা নিৰ্বাচন সমাগত।বৃহস্পতিবাৰে অসম গণ পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা।
৬ টা সমষ্টিৰ…
সেনা-আৰক্ষীৰ চাইকেল ৰেলীয়ে ঢকুৱাখানাৰ ভোটকেন্দ্ৰত সজাগতা সৃষ্টি
ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ সময়তে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ নেতৃত্বত…
সদৌ অসম হস্ততাঁত বয়ন সমবায়ৰ প্ৰতিনিধিৰ বিধায়কক সম্বৰ্ধনা
সদৌ অসম হস্ততাঁত বয়ন সমবায় সন্থাৰ এটি প্ৰতিনিধি দলে ১০ মাৰ্চত সংস্থাৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ…
নাজিৰাত আৰক্ষী পৰ্যবেক্ষকৰ বৈঠক অনুষ্ঠিত
১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচন পৰ্যবেক্ষন কৰিবলৈ আৰক্ষী পৰ্যবেক্ষক আই. পি. এছ ১৯৯৮ বৰ্ষৰ…
অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হাফলঙৰ কল্মাওজ’
অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী কণমানি। হাফলঙৰ এক ভিতৰুৱা অঞ্চল মুৱলহৈ গাঁৱৰ…
আজি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈছে মহাশিৱৰাত্ৰি
আজি মহা শিৱৰাত্ৰি।মহা শিৱৰাত্ৰিৰ উপলক্ষ্যে শিৱসাগৰৰ শিৱদৌলত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।কিয়নো শিৱদৌলত বৰ্ণাঢ্য…
এন আৰ এলে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰিলে
ওমেন ইন পাব্লিক চেক্টৰ এন আৰ এল অধ্যায়ে যোৱা ৮ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰে।এই…
গড়চুকত এন ই এইছ এইছ ডি চি ৰ বসন্ত বিক্ৰী মেলা আৰম্ভ
কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ -পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাত নিগম লিমিটেড চমুকৈ এন ই এইছ এইছ ডি চি…
কালি আনুষ্ঠানিকভাৱে মুকলি হ`ল মৈত্ৰী সেঁতু
কালি আনুষ্ঠানিক ভাৱে মুকলি হ'ল মৈত্ৰী সেতু।এই সেতু খন ভাৰত আৰু বাংলাদেশ ত্ৰিপাক্ষিক সম্পৰ্ক আৰু মৈত্ৰীপূৰ্ণ…