দুটা বিশেষ খবৰ
বানপানীৰ বিভিষিকাই জোকাৰিছে কেৰালাক। শতিকাটোৰ ভয়াবহ বানত বুৰ গৈছে সমগ্ৰ ৰাজ্যখন। সেয়েহে কেৰালাবাসীয়ে সন্মুখীন হ'ব…
আইদেউ টকীজ অসমৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসত -ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা
ভ্ৰাম্যমান ছবিগৃহৰ জৰিয়তে অসমৰ চলচ্ছিত্ৰ শিল্পক গণমুখী কৰাৰ বাবে অবিৰতভাৱে সেৱা আগবঢ়াই অহা আইদেউ টকীজ অসমে চলিত…
দুটা ভাল খবৰ
ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীয়ে টেকনিছ ফেষ্টিভেল আয়োজন কৰিছে। অহা ৩০ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈ এই ফেষ্টিভেল…
দুটা গুৰুত্বপূৰ্ণ খবৰ
সমগ্ৰ ৰাজ্যতে উৎকট গৰমৰ প্ৰভাৱ পৰিছে। ঘৰত থকা সকলে অলপমান সকাহ পালেও, বাহিৰলৈ কামৰ বাবে ওলোৱা সকলে ত্ৰাহিমধুসূধন…
ন ধাৰণাৰে উদ্ভাষিত এগৰাকী উদ্যমীৰ কথাৰে
সামাজিক গাঠনিৰ পৰিসৰ নিৰ্মাণ নোহোৱাকে উদ্যমী এজনে সংগ্ৰাম কৰাটো খুবেই কষ্টকৰ। আচলতে একো একোজন উদ্যমীয়ে পৰীক্ষণমূলক…
মহানায়ক জনৰ সোঁৱৰণত
এটা যুগৰ অৱসান ঘটিল। এজন মহানায়কৰ প্ৰস্থান হ'ল। যিজনৰ ব্যক্তিত্বত সামাজিক চেতনা আৰু জাতীয় দায়িত্ববোধ প্ৰবাহিত…
ৰীমা দাসে হিমা দাসকলৈ চিনেমা নিৰ্মাণ কৰিব
দৌৰবিদ হিমা দাসৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণৰ পোষকতা কৰিছে চলচিত্ৰ পৰিচালিকা ৰীমা দাসে। ভিলেজ ৰক ষ্টাৰ ছবিৰ জৰিয়তে…
কেদাৰনাথৰ দেশভক্তি
সচৰাচৰ গণতন্ত্ৰ দিৱসৰ দিনা অথবা স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ আদৰ বাঢ়ে। কোনোৱে দেশপ্ৰেমত আৰু কোনোৱে…
স্বাধীনতা দিৱস উদযাপন
আজি ৭২ তম স্বাধীনতা দিৱস। সেই উপলক্ষে সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপিত হৈছে। মহানগৰী গুৱাহাটীৰ ৰাজপথত অসংখ্য লোক…
স্বাধীনতা দিৱসৰ কিছু চিন্তন
পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। যি সকল দেশপ্ৰেমিক বীৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত আমি পৰাধীনতাৰ শিকলিৰ…