দীপাৱালীৰ শুভেচ্ছাৰে
নমস্কাৰ । কালি পূজা আৰু দীপাৱালীৰ প্ৰাক ক্ষণত আপোনালোকলৈ যাঁচিছো হিয়াভৰা অফুৰন্ত শুভেচ্ছা । দীপাৱালীৰ আলোকৰ দৰে…
এক শুভ অনুষ্ঠান
সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাবে পাৰৰ্দশিতা দেখুৱাই অহা মহিলা সকলক উৎসাহ আৰু সন্মান প্ৰদৰ্শন কৰাৰ অৰ্থে হোটেল…
ৰং – বিৰঙ ফটোগ্ৰাফী শিতান
জীৱনৰ ৰং যিদৰে অনুপম, প্ৰকৃতিৰ ৰং ও ঠিক সেইদৰে মনোৰম । আহকচোন এপলক বিচৰণ কৰো প্ৰকৃতিৰ ৰঙৰ মাজত। ব্যস্ততাৰ জীৱনশৈলীত…
সুখবৰ ! সুখবৰ !
গ্ৰন্থ প্ৰেমীসকললৈ সুখবৰ
ভাৰতবৰ্ষৰ ৫৬০০ পুথিভঁড়ালৰ লগতে বিশ্বৰ আঠখন দেশৰ পুথিভঁড়ালৰ সৈতে প্ৰত্যক্ষভাবে সংযোগ…
আকৌ সুনাম কঢ়িয়ালে অসম জীয়াৰীয়ে
ভাল খবৰ অথবা সুখবৰ শুনিলেই মনটো উলাহ আনন্দৰে ভৰি পৰে নহয়নে? আজি আপোনালোকক জনাব বিচৰিছো এনে এটা ভাল খবৰ ! অসম…
ন প্ৰণালীৰে ৰন্ধা কেইবিধমান ৰেচিপি
মন কৰিবচোন স্থানীয়ভাৱে খোৱা কিছুমান খাদ্য সম্ভাৰ অলপ ব্যতিক্ৰম ধৰণে খোৱা জুতি লৈও কেতিয়াবা ভাল লাগে। তেনে কিছু…
মৃণাল মনৰ জয়যাত্ৰা
সৰুৰে পৰাই ল’ৰা জনৰ গানৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ। ক’ৰবাত গানৰ “শ্ব” বা অনুষ্ঠান থাকিলে অথবা ক’ৰবাত নতুন গান শুনিলে…
প্ৰদীপ বৈশ্যৰ কৃতিত্ব
পৃথিৱীৰ সৃষ্টিৰ আদিৰ পৰাই গ্ৰহ নক্ষত্ৰৰ গতি বিধি ওপৰত ভিত্তি কৰি জ্যোতিষ চৰ্চা আৰম্ভ হৈছিল। ধৰ্মীয় বিশ্বাস আৰু…
ৰং – বিৰঙ ফটোগ্ৰাফী শিতান
অসমৰ জনজীৱন প্ৰকৃতিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে । সি লাগিলে কাম চৰাই জনীয়ে হওক বা ঘৰৰ কাষৰ ডাউক জনীয়ে হওক । কিন্তু…
টাৱাং মহোৎসৱ এক প্ৰয়াস
পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত…