চুজুকিৰ নতুন বাইক মুকলি

0 266

 টু হুলাৰ চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰিমিয়াৰ ২৫০চিচি মটৰ চাইকেল চেগমেণ্টে আত্ম প্ৰকাশ কৰিছে। অলপতে এই সংস্থাই বহু প্ৰতীক্ষিত জিক্সাৰ এচ এফ বজাৰত মুকলি কৰিছে । সকলো ফালৰ পৰা উপযুক্ত সংস্কৰণত উপলব্ধ চুজুকি জিক্সাৰ এচ এফ বজাৰলৈ আহিছে চুজুকি মটৰ চাইকেল ইণ্ডিয়া ।বাইকখন মেটালিক মেট প্লেটিনাম চিলভাৰ আৰু মেটালিক ব্লেক কালাৰত  উপলব্ধ ।বাইকখনৰ মূল্য ১, ৭০,৬৫৫টকা।

Leave A Reply

Your email address will not be published.