অসম ক্ৰিকেট সন্থাই আৰ্থিক বৰঙণি আগবঢ়াইছে

0 279

ক’ভিড ১৯ ক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধিলৈ অসম ক্ৰিকেট সন্থাই ৫০ লাখ টকা আগবঢ়াইছে ।ইয়াৰ পূৰ্বে ক্ৰিকেট সন্থাই কোৱাৰেণ্টাইন শিবিৰ বনাবলৈ চৰকাৰক সন্মতি প্ৰদান কৰিছিল।
 
ইফালে অসমৰ প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়োৱে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি পুঁজিলৈ ২০, ০০১টকা আগবঢ়াইছে।উল্লেখযোগ্য যে চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৮হাজাৰ লোকে সাহাৰ্য্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে ।

Leave A Reply

Your email address will not be published.