গুৰুজনাৰ জন্মোসৱ উদযাপন

0 305

সমগ্র অসমৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বৈষ্ঞৱ গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ জন্মোসৱ তিথি পালন কৰা হয় । মহানগৰীৰ বিক্ৰমপুৰ প্ৰাথমিক শাখাতো দিনযোৰা কাৰ্য্যসূচীৰে ৫৭১ তম জন্ম উৎসৱ উদযাপন কৰে ।ৰাতিপুৱা বৰগীত প্ৰাতঃপ্ৰসঙ্গ ,জাগৰণ আদি অনুষ্ঠিত হয় । ইয়াৰ পিছতে শাখাৰ নামঘৰ প্ৰাংগনত ধৰ্মধ্বজা উত্তোলন কৰে বিক্ৰমপুৰ শাখাৰ বয়োজ্যেষ্ঠ ব্যক্তি সোণাৰাম কলিতাই। ভাগৱত ভ্রমণ , নামপ্ৰসঙ্গ প্ৰসাদ বিতৰণ, সিদ্ধাপ্ৰসাদ লগতে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি সমন্বয় এনাজৰীৰে ৫৭১ সংখ্যক জন্ম জয়ন্তী বিক্ৰমপুৰ শাখাৰ নামঘৰত উলহে মালহে উদযাপন কৰে ।

Leave A Reply

Your email address will not be published.