চামগুৰিত খাদ্য সামগ্ৰী বিতৰণ কৰিছে দুজন সাংবাদিকে

0 254

ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ দেশতে লক ডাউন চলি আছে ।এই সময়চোৱাত বহুতো দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।
 
 
 
 
তেনে সময়তে নগাঁও চামগুৰি দুজন সাংবাদিকে বিশেষ পদক্ষেপ  গ্ৰহণ  কৰিছে।নগাঁও চামগুৰিৰ নিউজ টাইম অসমৰ সাংবাদিক দিগন্ত ভূঞা, অসম ফাষ্টৰ সাংবাদিক অভিজিত বৰাই ব্যক্তিগত প্ৰচেষ্টাত দৰিদ্ৰ পৰিয়ালৰ  ঘৰে ঘৰে গৈ চাউল, দাইল, মিঠাতেল, চাবোন, চয়াবিন, বিস্কুট আদি বিতৰণ কৰিছে।সাংবাদিক দুজনৰ এনে কাৰ্য্যক চামগুৰি বাসীয়ে শলাগ লৈছে ।

Leave A Reply

Your email address will not be published.