ডি এছ পি পদত নিযুক্তি লাভ কৰিলে ট’কিঅ অলিম্পিকত পদক বিজয়ী লাভলীনাই

0 255

ট’কিঅ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী অসম কন্যা তথা বক্সাৰ লাভলীনা বৰগোহাঁইক বুধবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি পদৰ নিযুক্তি পত্ৰ অৰ্পণ কৰে।উক্ত অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.