দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

0 165

উত্তৰ জামুগুৰি সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিবেশন আজি দিনযোৰা কৰ্য্যসূচীৰে অনুষ্ঠিত হয়।অধিবেশনৰ পূুৱা পতাকা উত্তোলন কৰে সভাপতি মহেন্দ্ৰ শইকীয়াই।স্মৃতি তৰ্পন কৰি কাৰ্য্যসূচী মুকলি কৰে আঞ্চলিক সদস‍্যা ৰূপালী বৰাই।
বিয়লি মহেন্দ্ৰ শইকীয়াই সভাপতিৰ আসন অলংকৃত কৰা সাধাৰণ সভাত সম্পাদক জগত বৰাই উদ্দেশ্য বাখ্যা কৰে। অনুষ্ঠানত পৰ্য্যবেক্ষক হিচাপে জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ,সহ:সম্পাদক কামিনী বৰুৱা, কাৰ্য্যনিৰ্বাহক সদস্য ধ্ৰৱজ‍্যোতি নাথে অংশগ্ৰহণ কৰে। সভাত ৰত্নকান্ত নাথক সভাপতি আৰু লুহিত শইকীয়াক সম্পাদক হিচাপে লৈ এখন নতুন শাখা সাহিত্য সভাৰ সমিতি গঠন কৰা হয়।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.