দৰং বৰুৱাঝাৰ গাৱত থাকিব ডিজিটেল গাৱৰ সুবিধা

0 248

দৰং জিলাৰ বৰুৱাঝাৰ গাঁৱক ডিজিটেল গাঁৱৰ আওতাত বাচনি কৰা হৈছে ।ইয়াৰ বাবে বিভিন্ন সেৱা গাঁওখনত আগবঢ়োৱা হৈছে ।তাৰ ভিতৰত টেলি মেডিচিন, অনলাইন স্বাস্থ্য পৰীক্ষা, অনলাইন পশু চিকিৎসা, সৌৰশক্তি চালিত বাল্ব, অনলাইন আইনী সাহাৰ্য্য কেন্দ্ৰৰ পৰা আদি বোৰ অন্যতম ।ডিজিটেল সেৱাৰ কোষ পৰিচালনা কৰিবলৈ জিলা দুজনকৈ পৰিচালক থাকিব বুলি জানিব পৰা গৈছে ।উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল গাঁৱৰ সেৱা আঁচনিৰ অন্তৰ্গত দৰং জিলাৰ এই গাঁওখনক বাচনি কৰা হৈছে ।

Leave A Reply

Your email address will not be published.