বান সাহাৰ্য্য পুঁজিলৈ ৰিয়ান পৰাগৰ বৰঙণি

0 196

মুখ্যমন্ত্ৰী বান সাহাৰ্য্য পুঁজিলৈ ১লাখ টকা আগবঢ়াইছে উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগে।ৰিয়ান পৰাগৰ উপৰিও অভিনেতা যতীন বৰা, পৰিচালিকা ৰীমা দাসে ১লাখ টকাকৈ আগবঢ়াইছে।আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসে অৰ্ধমাহৰ দৰমহা আৰু বিশিষ্ট সাংবাদিক মাইনী মহন্তই ২৫হাজাৰ টকা আগবঢ়াইছে ।উল্লেখযোগ্য যে চলিত বৰ্ষৰ বানত ২৮খন জিলাৰ ২৬ লাখৰো অধিক  লোক প্লাৱিত হৈছিল।

Leave A Reply

Your email address will not be published.