সামাজিক উত্তৰণৰ দেশৰ উত্তৰণ-নৱ নিৰ্মাণ ভাৰত

0 265

জাতি ,মাটি ,ভেটি ৰক্ষা কৰা তথা ৰাইজৰ হকে কাম কৰাৰ উদ্দেশ্যে এবছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা নৱ নিৰ্মাণ ভাৰত নামৰ সংস্থাটোৱে আজি এক সংবাদ মেল যোগে তেওঁলোকৰ লক্ষ্য উদেশ্য ব্যক্ত কৰে। সংবাদ মেলত সংস্থাৰ অসম প্ৰান্তৰ সভাপতি বিশাল জ্যোতি কলিতাই কয় যে আমাৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি যি দলে সমৰ্থন দিব তেওঁলোকৰ চৰকাৰ হোৱা বিচাৰিম। তেওঁ কয় যে আমাৰ লক্ষ্য উদ্দেশ্য সমূহ হল , নাৰী সবলীকৰণ ,নাৰী সুৰক্ষা, সামূহিক বিবাহ, একলব্য বিদ্যালয় স্থাপন, অনাথ আশ্ৰম বিশেষ ভাবে সক্ষম সকলৰ বাবে আশ্ৰম স্থাপন বৃদ্ধাশ্ৰম স্থাপন ইত্যাদি।উল্লেখযোগ্য যে এই সংগঠনটোৱে অসমৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।খবৰ যুগুতালে হিৰকজ্যোতিয়ে..

Leave A Reply

Your email address will not be published.