খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক মাধমাৰ শোধাই অহাৰ সময়তে মেঘালয়ৰ এজন বিধায়কে মাত্ৰ ৫টকাত আহাৰ যোগান ধৰিছে।বিধায়ক মানস চৌধুৰীয়ে শ্বিলঙত ঝালুপাৰাত দৈনিক ৩০০জন দুখীয়া লোকক খাদ্য যোগান ধৰি আহিছে। অৰ্ধেন্দু চৌধুৰীৰ মৃত্যুৰ পিছত গঠন কৰা আহাৰ নামৰ ন্যাসৰ অধীনত এই মহৎ কাৰ্য্য সম্পাদন হৈ আহিছে ।উল্লেখযোগ্য যে ৯ মাহ ধৰি ৫লাখ লোকক ন্যাসৰ যোগেদি খাদ্য যোগান ধৰি আহিছে ।বিভিন্ন জনে ন্যাসটো চলাই নিয়াৰ বাবে দান বৰঙণি আগবঢ়াই আহিছে ।খাদ্য সামগ্ৰী মঙহাল দামৰ দিনত বিধায়ক জনে গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।বিশেষ কৃতজ্ঞতা -ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীলৈ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ