ৰাজ্যৰ বিভিন্ন নিগম-নিকায়ত অধ্যক্ষ, উপাধ্যক্ষ নিযুক্তি

0 242

◆ য়ুথ কমিছন অসমৰ অধ্যক্ষ তৰংগ গগৈ
◆ য়ুথ কমিছন অসমৰ উপাধ্যক্ষ অনুপ বৰ্মন, অৰুণজ্যোতি মৰাণ
◆ য়ুথ কমিছন অসমৰ সদস্য ৰাতুল শৰ্মা, ঋষিৰাজ হাজৰিকা
◆য়ুথ কমিছন অসমৰ সদস্য ভাস্কৰ পাফুকণ গগৈ, ড° অংকিতা দত্ত
◆য়ুথ কমিছন অসমৰ সদস্য মিতানাথ বৰা
◆চাহ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা
◆সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ জাভেদ ইছলাম
◆অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা
◆পৰ্যটন নিগমৰ উপাধ্যক্ষ হিচাপে দিলীপ দাসক নিযুক্তি
◆পেট্ৰ’কেমিকেল লিমিটেডৰ উপাধ্যক্ষক হেমন্ত গগৈ
◆ মুকুতা ডেকাক GMDAৰ উপাধ্যক্ষ নিযুক্তি
◆ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত
◆পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ
◆নৱাৰুণ মেধিক ফিছাৰী উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্ত
◆ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ যতীৰিন্দ্ৰ বৰ্মন
◆পিছপৰা জাতিৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ বিশ্বজিৎ ৰায়
◆নগৰ পানী যোগানৰ উপাধ্যক্ষ কৃষ্ণমণি চুতীয়া
◆ গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ
◆ফিছফেডৰ উপাধ্যক্ষ দীলু শৰ্মা
◆ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাস
◆কৃষি বিপনণ পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা
◆চৰকাৰী বিপণন নিগমৰ উপাধ্যক্ষ বিতুপন ৰাইদিঙীয়া
◆জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ
◆এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা
◆চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱা
◆সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং
◆সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ উপাধ্যক্ষ খলিলুৰ ৰহমান
◆ পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষ অৰুণ তেৰাং
◆ডি এন পি নিগমৰ উপাধ্যক্ষ অশ্বিনী পাইট
◆ পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকটকী
◆চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰ
◆ ট্ৰেড প্ৰম’শ্যন অৰ্গেনাইজেশ্যনৰ উপাধ্যক্ষ মধু ডেকা
◆হাইড্ৰ’কাৰ্বন এনাৰ্জী কোম্পানীৰ উপাধ্যক্ষ শিৱাজী ডুবে
◆চাহ উন্নয়ন নিগমৰ উপাধ্যক্ষ প্ৰফুল্ল বৰা
◆প্ৰণাম কমিছনৰ সদস্য ড° বিদ্যাৱতী দাস
◆ খাদী আৰু গ্ৰামোদ্যোগৰ উপাধ্যক্ষ হৰেণ দেউৰী
◆বীজ নিগমৰ উপাধ্যক্ষৰ উপাধ্যক্ষ পৱন বেদিয়া
◆এপিডিচিএলৰ দুজন সঞ্চালক যতীন বৰা, ড° প্ৰকাশ কাশ্যপ
◆ এপিজিচিএলৰ সঞ্চালক দেৱজিত মহন্ত, ধ্ৰুৱ প্ৰসাদ বৈশ্য
◆এইজিচিএলৰ সঞ্চালক নৱ বৈশ্য, তৰুণ বৰুৱা মৰাণ
◆ব’ৰ্ড অব স্প’ৰ্ট্ছৰ উপাধ্যক্ষ মৃগাংগ বৰ্মন

Leave A Reply

Your email address will not be published.