স্বাস্থ্য সেৱাৰ আঁচনিৰ সম্পৰ্কত তৃণমূল পৰ্য্যায়ত সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মীসকলৰ মুখ্যমন্ত্ৰীয়ে আহবান জনায়।আজি সৰুসজাইত অনুষ্ঠিত হোৱা দ্বিতীয় আশা ৰাষ্ট্ৰীয় অভিবৰ্তনত অংশগ্ৰহণ কৰি কয় যে বিগত দুবছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হৈছে।ৰাজ্যত ১৯ খন কেঞ্চাৰ হস্পিতেলৰ কাম চলি আছে।আশাকৰ্মীৰ মহিলাৰ পৰিতোষক৩০০ টকালৈ বৃদ্ধি কৰা হৈছে ।অনুষ্ঠানত১০ গৰাকী আশা কৰ্মীক বঁটা প্ৰদান কৰা উপৰিও স্বাস্থ্য সেৱাৰ বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা বিভিন্ন জিলা সমূহক বঁটা প্ৰদান কৰে।অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জে ভি এন সুব্ৰমণিয়াম, ডক্টৰ নিবেদিতা বৰঠাকুৰ,বিধায়ক ঋতুপৰ্ণ বৰুৱা,আঙুৰলতা ডেকা উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন