
মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ
অসম আৰু মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি টেলিফোনযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত অৱগত কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ সম্পৰ্কত গৃহমন্ত্রণালয়কো টেলিফোনযোগে সবিশেষ অৱগত
ভিউৱাছৰ মতামত