উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শিক্ষা সাংসদে প’ৰ্টেল মুকলি কৰিছে

0 434

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰ পত্ৰ পূৰণৰ বাবে শিক্ষা সাংসদে মুকলি কৰিলে অনলাইন প’ৰ্টেল।২০২১ বৰ্ষত অনুষ্ঠিত হ’ব লগা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শিক্ষাৰ্থীয়ে এই প’ৰ্টেলটোৰ যোগেদি প্ৰ পত্ৰ পূৰণ কৰিব পাৰিব।
 
শিক্ষা সাংসদৰ কৰ্তৃপক্ষই সদৰী কৰা মতে পূৰ্বৰ সময়ৰ সূচী অনুসৰিয়েই উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’ব।অহা ৩০ নৱেম্বৰ লৈকে কোনো শিক্ষাৰ্থীয়ে পৰ্টেলটোৰ যোগেদি পত্ৰ পূৰণ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.