পোহৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি ভাৰত পৰ্যটন বিভাগৰ উদ্যোগত মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ অল্ড এইজ হোমত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচী।এই কাৰ্যসূচীত উপস্থিত থাকি ভাৰত পৰ্যটন বিভাগৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে বৃদ্ধা সকলৰ মাজত ভাৱৰ আদান প্ৰদান কৰে আৰু কিছু উপহাৰ বিতৰণ কৰে।লগতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ