চীনে হিমালয়ৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে বুলেট ট্ৰেইন শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিছে।এই বুলেট ট্ৰেইনে লহাচা আৰু নিয়ংগচীক সংযোগ কৰিব।উল্লেখযোগ্য যে এই নিয়ংগচী অৰুণাচল প্ৰদেশৰ সমীপত অৱস্থিত।চৰকাৰী বাতৰি প্ৰতিষ্ঠানৰ পৰা পোৱা খবৰ অনুসৰি তিব্বতীয় ক্ষেত্ৰত প্ৰথম বাৰ বিদ্যুৎ চালিত ৰেল সেৱা আৰম্ভ হৈছে।চীনে পূৰ্বৰ পৰা দক্ষিণ তিব্বতক নিজৰ অংশ হিচাপে গণ্য কৰি আহিছে।যাৰ বাবে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাকলৈ বিভিন্ন সময়ত চীন ভাৰতৰ মাজত বিবাদৰ সূত্ৰপাত হৈ আছে।গোব্লেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি চীন ভাৰতৰ যদি যুদ্ধ হয় এই ৰেলৱেৰ জৰিয়তে চীনে ৰণনীতি প্ৰস্তুত কৰা সহায়ক হ’ব।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন