১০ জানুৱাৰীত দেখিবলৈ পাব ২০২০ বৰ্ষৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ ।ভাৰতীয় সময়সীমা অনুযায়ী নিশা ১০ বাজি ৩৭ মিনিটৰ পৰা ২ বাজি ৪২ মিনিটলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।প্ৰায় ৪ ঘণ্টা ৫ মিনিট জুৰি হ’বলগীয়া এই চন্দ্রগ্ৰহণ ২ বাজি ৪০মিনিটতলৈকে হ’ব।এই চন্দ্রগ্ৰহণ এছিয়া,অষ্ট্ৰেলিয়া,ইউৰোপ,আফ্ৰিকা,আটলান্টিক,ভাৰত মহাসাগৰ আৰু সুমেৰু অঞ্চলত দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য যে বছৰটোত ১০ জানুৱাৰীৰ পিছত ৫ জুন,৫ জুলাই আৰু ২৯ নৱেম্বৰত মুঠ চাৰিবাৰকৈ চন্দ্র গ্ৰহণ লাগিব।
Trending
- *শিৱসাগৰত মহীয়সী জয়মতী স্মৃতি দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা
- বি বৰুৱা মহাবিদ্যালয়ত ৮০ বছৰীয়া জয়ন্তী উদযাপন
- 2nd NTPC National Ranking Archery Tournament concludes at SAI, NEHU Campus, Shillong
- মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ লগতে আন কেইবাটাও বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক
- ডিব্ৰুগড়-তিনিচুকীয়াত বিভাগীয় কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বটদ্ৰৱাৰ নসত্ৰত নগাঁও জিলা সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন
- সমগ্ৰ জীৱৰ মুক্তি আৰু জনগণৰ মঙ্গলাৰ্থে নামনি অসমৰ ধুবুৰী জিলাৰ হৰলটাৰীত অনুষ্ঠিত হল তিনিদিনীয়াকৈ পালনাম
- অসমৰ বিহুক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে চলাইছে বিশেষ প্ৰচাৰ কাৰ্য্য
- ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিকাশৰ এদিন কাৰ্যসূচী ৰূপায়ণ
- নগাঁৱত জলসম্পদ বিভাগৰ বহুকেইটা প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ