ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম হোতা লালা ৰাজপট ৰায়ৰ আজি জন্ম জয়ন্তী।১৮৬৫চনৰ আজিৰ দিনটোতে পঞ্জাৱত তেখেতে জন্ম গ্ৰহণ কৰিছিল ।উদাত্ত ভাষণ আৰু তেজস্বী মনেৰে সকলোকে স্বাধীনতা সংগ্ৰামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল।বিশেষকৈ পঞ্জাৱত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।বিদেশী বস্তু বৰ্জন স্বদেশী বস্তুৰ ব্যৱহাৰৰ বাবে জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল । সেই সময়ত লালা ৰাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পালক লাল, বাল, পাল নামেৰে নামাকৰণ কৰিছিল ।স্বাধীনতা আন্দোলনৰ সেনানী লালা ৰাজপট ৰায়ৰ কৰ্মৰাজি সুঁৱৰি এন ই ফ’কাচ ডট কমৰ পৰা এই বিশেষ দিনটোত শ্ৰদ্ধা নিবেদন কৰিলো ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ