প্ৰতিবছৰে ১৬নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।এই দিৱসে সাংবাদিক সকলৰ স্বাধীনতা,সুৰক্ষা,সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে।সাংবাদিক সকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।কিয়নো এজন সাংবাদিকেহে সমাজৰ প্ৰকৃত ছবি জনসাধাৰণৰ আগত দাঙি ধৰিব পাৰে।এক কথাত ক’বলৈ গ’লে এজন সাংবাদিকে সমাজত অতীন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰে।কিন্তু দুখৰ বিষয় যে আজিও সাংবাদিকসকল প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।যাৰ ফলশ্ৰুতিত একাংশ সাংবাদিকে হালধীয়া সাংবাদিকতা কৰিব লগাত পৰিছে।আজিৰ তাৰিখত যদি সাংবাদিকতাক সেৱা হিচাপে ধৰা যায়।এই ক্ষেত্ৰত বহুতৰ দ্বিমত ৰৈ যায়।আমি বিচাৰো প্ৰতিজন সাংবাদিকৰ অধিকাৰ, সুৰক্ষা সুনিশ্চিত হওক।সুস্থ জনমত গঠন কৰি সমাজক সংগঠিত কৰক।মহান ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে প্ৰতিজন সাংবাদিকে সেৱা আগবঢাওক।সদৌ শেষত সকলো সাংবাদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালো।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন