অসম সন্তানৰ সাফল্য

0 297

ভোগালীৰ আনন্দৰ উচাহৰ মাজতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়ালে দুগৰাকী অসম সন্তানে।৬৪তম ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগাসন প্ৰতিযোগিতাত নগাঁও ৰেনেছা মহাবিদ্যালয়ৰ অংকিতা শৰ্মা আৰু মিতালী শৰ্মাই ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে দিল্লীৰ থ্যাগৰাজ ষ্টেডিয়ামত ৩জানুৱাৰীৰ পৰা ৯জানুৱাৰীলৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল ।

Leave A Reply

Your email address will not be published.