হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে লখিমপুৰৰ এটা হিন্দু পৰিয়ালে।লখিমপুৰৰ গডহগাৰ কৰুণাকান্ত ভূঞা নামৰ ব্যক্তিজনৰ পৰিয়ালটোৱে উত্তৰ লখিমপুৰ ষ্টেচনৰ সমীপত থকা বিঘা ২কঠা ৯৯লেচা মাটি নাহৰপুখুৰীৰ কবৰ স্থানলৈ দান কৰে।সেই উপলক্ষে নাহৰ পুখুৰীৰ কবৰস্থান কমিটিয়ে পৰিয়ালটোৰ সদস্য সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ