ভাওনা সংস্কৃতিৰ সম্পৰ্কত ডক্টৰেট ডিগ্ৰী লাভ

0 219

অসমৰ বাৰেচহৰীয়া ভাওনাৰ এক বিশেষ ঐতিহ্য আছে। এই বাৰেচহৰীয়া ভাওনাৰ ওপৰত বিশেষ ভাৱে অধ্যয়ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে অশ্বিনী কুমাৰ ডেকাই ।উল্লেখযোগ্য যে তেখেতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° উমেশ ডেকাৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পন্ন কৰিছে। অশ্বিনী কুমাৰ ডেকা ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.