অসমৰ মনোজ কুমাৰ গগৈক ভাৰতীয় খাদ্য নিগম (এফ চি আই)ৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।উজনি অসমৰ শিৱসাগৰৰ মনোজ কুমাৰ গগৈ কাৰ্যবাহী সঞ্চালক হিচাপে পদোন্নতি হোৱাৰ পূৰ্বে নতুন দিল্লীৰ ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ত মুখ্য মহা প্ৰৱন্ধক হিচাপে নিযুক্ত হৈ আছিল।৫২বৰ্ষীয় গগৈ এই পদলৈ প্ৰত্যক্ষভাৱে পদোন্নতি লাভ কৰা অসমৰ প্ৰথমগৰাকী ভাৰতীয় খাদ্য নিগমৰ বিষয়া।তেওঁক লগতে ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালকৰ (পাৰ্চেজ, আই এণ্ড ই, টি আই চেল, ইন্টাৰনেশ্যনেল কোপাৰেশ্যন) আৰু বোৰ্ড সচিবৰ দায়িত্বও দিয়া হৈছে।
Trending
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন
- ধেমাজিৰ পানবাৰীত আহত সকলৰ ওচৰত উপস্থিত মন্ত্রী সঞ্জয় কিষাণ
- NRL celebrates World Environment Day 2023 at Bogidhala VGR, Sumoni
- মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী
- বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
- লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান