অসম তথা উত্তৰ পূৱৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বাহি অহা বৰ্দ্ধিত জনসংখ্যা পতি লক্ষ্য ৰাখি লগতে ইয়াৰ পৰা পৰিত্ৰাণ বিছাৰি দেশত এখন কঠোৰ জনসংখ্যা আইন দাবী কৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে। কালি মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন সমিতি অধ্যক্ষ পুলিন কাকতিৰ নেতৃত্বত জিলা সমিতি তৰফৰ পৰা মৰিগাঁও জিলা জাগিৰোড সমষ্টি বিধায়ক তথা মৰিগাঁও জিলাৰ মন্ত্ৰী পীযুষ হাজৰিকাক নিজা বাস ভৱনত লগ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।এই কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰে জিলা সমিতি অধ্যক্ষ পুলিন কাকতিৰ লগতে সাধাৰণ সম্পাদক মিলন কাকতি,সংযোজক উৎপল শৰ্মা, মহিলা শক্তি অধ্যক্ষা কবিতা ডেকা,জিলা হিন্দু জাগৰণ মঞ্চ সভাপতি জ্যোতিপ্ৰসাদ দাস,সম্পাদক উৎপল নাথ,এই স্মাৰক প্ৰত্ৰখন মন্ত্ৰী পীযুষ হাজৰিকা জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ এখন আইন প্ৰণয়নৰ বাবে এই পত্ৰ প্ৰদান কৰে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ