উত্তৰ পূব সীমান্ত ৰেলৱেই অহা ১৫ আগষ্টৰ পিছত দৈনিক ভিত্তিত তিনিখন ইণ্টাৰচিটি আৰু বিশেষ ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰিব।আগৰতলা-বাংগালোৰ কেন্ট গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ সেৱা ২০২২ চনৰ ফেব্ৰুৱাৰী লৈকে আৰু ছেকেন্দ্ৰাবাদ আগৰতলা সাপ্তাহিক বিশেষ ৰে’লৰ চলাচলো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।বিশেষ ইণ্টাৰচিটি ৰে’ল কেইখন হ’ল কাটিহাৰ,শিলিগুৰি -জংচন -কাটিহাৰ ,শিলিগুৰি জংচন-আলিপুৰ দুৱাৰ জংচন-শিলিগুৰি জংচন,লামডিং জংচন-আলিপুৰ দুৱাৰ জংচন।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা