হৃদয় হাজৰিকালৈ বছৰটোৰ ক্ৰীড়াবিদ বঁটা

0 277

উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০১৮বৰ্ষৰ বছৰটোৰ ক্ৰীড়াবিদ বঁটা।অহা ২৬জুনত মাধৱ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা য়ুনাইটেড ব্ৰাদাৰ্ছ ক্লাৱৰ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব ।উল্লেখযোগ্য যে উদীয়মান শ্বুটাৰ গৰাকীয়ে কেবাটাও আন্তঃ ৰাষ্ট্ৰীয় পদক লাভেৰে অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.