আৰু মাত্ৰ এটা দিনৰ পাছতেই অসম চুক্তিৰ আধাৰত নিৰ্মীয়মান হোৱা দেশৰ অন্যতম দীৰ্ঘতম বগীবিল দলং মুকলি হ’ব।যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ২৫ডিচেম্বৰ ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব ।বিশেষকৈ অসমৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ’ব লগতে অসম আৰু অৰুণাচলপ্ৰদেশৰ মাজত যাতায়ত কৰোতে লগা সময়ৰ দূৰত্ব হ্ৰাস হ’ব।বগীবিল দলং ভাৰতৰ পঞ্চম খন দীৰ্ঘতম দলং ।দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৪.৯কি মিটাৰ।উল্লেখযোগ্য যে এইখন অহা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।
Trending
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত