আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী।১৮৯৭চনৰ ২৩ জানুৱাৰীত কটক চহৰত নেতাজীয়ে জন্ম গ্ৰহণ কৰিছিল।আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক স্বাধীনতাৰ প্ৰতি সজাগ কৰি তুলিছিল। সেইসময়ত নেতাজীয়ে দেশৰ লগতে বিদেশতো বিচক্ষণভাৱে কৰ্ম সম্পাদন কৰিছিল ।কোৱা হয় ১৯৪৫ চনৰ ১৮ আগষ্টত হোৱা প্লেন দূৰ্ঘটনাত নেতাজীৰ মৃত্যু হয়।২০২১ চনৰ পৰা ভাৰত চৰকাৰে নেতাজীৰ মৃত্যু দিৱসটো পৰাক্ৰম দিৱস হিচাপে পালন কৰি আহিছে।নেতাজীৰ পৰাক্ৰমক শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে দিল্লীৰ ইণ্ডিয়া গেটত নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে ।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী