ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম হোতা লালা ৰাজপট ৰায়ৰ আজি জন্ম জয়ন্তী।১৮৬৫চনৰ আজিৰ দিনটোতে পঞ্জাৱত তেখেতে জন্ম গ্ৰহণ কৰিছিল ।উদাত্ত ভাষণ আৰু তেজস্বী মনেৰে সকলোকে স্বাধীনতা সংগ্ৰামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল।বিশেষকৈ পঞ্জাৱত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।বিদেশী বস্তু বৰ্জন স্বদেশী বস্তুৰ ব্যৱহাৰৰ বাবে জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল । সেই সময়ত লালা ৰাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পালক লাল, বাল, পাল নামেৰে নামাকৰণ কৰিছিল ।স্বাধীনতা আন্দোলনৰ সেনানী লালা ৰাজপট ৰায়ৰ কৰ্মৰাজি সুঁৱৰি এন ই ফ’কাচ ডট কমৰ পৰা এই বিশেষ দিনটোত শ্ৰদ্ধা নিবেদন কৰিলো ।
Trending
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে