Browsing Category
সম সাময়িক
পূজাৰ মণ্ডপে মণ্ডেপে
পূজা বতৰত আপুনি বিভিন্ন ধৰণেৰে সজ্জিত প্ৰতিমা দেখিছে। আজি আমি আপোনাক দেখুৱাম ইমূৰৰ পৰা সিমূৰলৈ উদযাপিত কেইখনমান…
এক ব্যতিক্ৰমী দেৱ দেৱীৰ প্ৰতিমাৰ কথাৰে
এখন ব্যতিক্ৰমী পূজা। যিখন পূজা মণ্ডপত আপুনি দেখিবলৈ পাব বাতৰি কাগজেৰে নিৰ্মিত দেৱীৰ প্ৰতিমা। ১,২ কেজি নহয় সম্পুৰ্ণ…
আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ প্ৰথমটো দিন
যা দেৱী সৰ্বভুতেষু
মাতৃৰূপেণ সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।
এনেদৰে দেৱীক তুষ্ট কৰাৰ অৰ্থে…
পৌৰাণিক আৰু আধুনিকতাৰ ৰীতিত পৰিচালিত এখন দেৱালয়
পূজা বুলিলেই আধ্যাত্মিকতাৰ লগতে বহুখিনি কথা সংযুক্ত হৈ থাকে। বিশেষ কৈ পূজাৰ বতৰত পৰিয়াল অথবা বন্ধু-বান্ধৱৰ সৈতে…
বিশ্বৰ্কমা পূজাৰ কিছু প্ৰাসংগিক কথা
আধুনিক বিশ্বৰ সবাতোকৈ প্রাসংগিক আৰু শ্রেষ্ঠ দেৱতাজনেই হ'ল খনিকৰ বিশ্বকৰ্মা। আজিৰ দিনটোত সকলোৱে আৰাধনা কৰে…
শৰতৰ অনুভৱ
এক শান্ত, সন্মোহিত ঋতু, যাৰ নাম শৰৎ। অতি সংগোপনে আগমন ঘটিল আমাৰ মাজলৈ। শৰতৰ আগমনৰ বাৰ্তা দিলে চোতাল ভৰি শুকুলাৰ…
শিক্ষক দিৱসৰ বিশেষ
আজি ৫ছেপ্টেম্বৰ, শিক্ষক দিৱস। সমগ্ৰ দেশতে শিক্ষক সমাজক শ্ৰদ্ধা নিবেদন কৰি উলাহে মালহে এই দিৱস উদযাপন কৰা হয়। এই…
সৰাপাতক জীৱন্ত কৰিব বিচৰা ব্যক্তিৰ কথাৰে
কবিতা শুনি অথবা পঢ়ি ভাল পায় নে? মই ভাবো প্ৰতিজন সেউজীয়া ভালপোৱা, সেউজ মনৰ মানুহে কবিতা ভাল পায়, কবিতা শুনি ভালপায়।…
পবিত্ৰ ভাদ মাহ আৰু প্ৰাসংগিক চিন্তাৰে
অসমীয়া মাহৰ অন্যতম গুৰুত্বপূৰ্ণ মাহ বুলিলে ভাদ মাহৰ প্ৰসংগ মনলৈ আহে। বহুতে এই ভাদ মাহটোক ডাঙৰ মাহ বুলিও কয় আৰু…