ভাৰত চৰকাৰৰ অধীনলৈ আহিব ডিজিটেল সংবাদ মাধ্যম

0 209

ভাৰত চৰকাৰৰ অধীনলৈ আহিব সকলো ডিজিটেল সংবাদমাধ্যম, ৱেব পৰ্টেল। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইনত চলি থকা সংবাদমাধ্যমো।
 
ডিজিটেল প্লেটফৰ্মখনত অবাধে বৃদ্ধি পোৱা ৱেব পৰ্টেল সমূহে বাতৰিৰ মূল্য নাৰাখি জধে-মধে বাতৰি প্ৰকাশ কৰে।সেয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।Netflix,Amazon prime, video,hotsar,জি-5 চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিব । মন্ত্ৰালয়ৰ পূৰ্বৰ নীতি নিৰ্দেশনা সংশোধন হ’ব।

Leave A Reply

Your email address will not be published.