অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

0 270

অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত নিবনুৱা যুৱক-যুৱতীৰ অনলাইন পঞ্জীয়নৰ বাবে এটা কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা প’ৰ্টেল মুকলি কৰে। এই প’ৰ্টেলৰ জৰিয়তে যুৱক-যুৱতীসকলে আধাৰ নম্বৰৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈয়ে অনলাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.