ক’ৰণা পৰিস্থিতি বুজ ল’বলৈ কোন মন্ত্ৰী ক’ত যাব

0 236

ক’ৰণা পৰিস্থিতি বুজ ল’বলৈ প্ৰতিখন জিলালৈ যোৱা মন্ত্ৰী সমূহৰ তালিকা ইতিমধ্যেই প্ৰকাশ পাইছে। তালিকা খন এনে ধৰণৰ
ডঃ হিমন্ত বিশ্ব শৰ্মা- মাজুলী
ৰঞ্জিত দাস- বৰপেটা, বজালী, বঙাইগাওঁ।
অতুল বৰা- যোৰহাট, গোলাঘাট।
ইউ জি ব্ৰহ্ম- কোকৰাঝাৰ, চিৰাং, বাক্সা।
চন্দ্ৰমোহন পাটোৱাৰী-নলবাৰী, কামৰূপ, ওদালগুৰি।
পৰিমল শুক্লবৈদ্য- কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ
কেশৱ মহন্ত- নগাওঁ, হোজাই
ৰণোজ পেগু- ধেমাজী, লখিমপুৰ।
অশোক সিংঘাল- শোণিতপুৰ, দৰং, বিশ্বনাথ
সঞ্জয় কিষাণ- তিনিচুকীয়া, ডিব্ৰুগড়
যোগেন মোহন- পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, ডিমা হাচাও
অজন্তা নেওগ- ধুবুৰী,লখিমপুৰ
পীয়ুষ হাজৰিকা- মৰিগাওঁ, গোৱালপাৰা
বিমল বৰা- শিৱসাগৰ, চৰাইদেউ

Leave A Reply

Your email address will not be published.