শোণিতপুৰ জিলাৰ বালিপৰা শাখা সাহিত্য সভাৰ উদ্যোগত ৰোহিনী বৰাৰ দ্বাৰা ৰচিত বৰঘুলিত দুপৰীয়া শীৰ্ষক এখনি চেমনীয়া উপযোগী গ্ৰন্থ আজি উন্মোচন হয় । আজি দিনৰ ১২:০০ বজাত শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনিত ” বৰঘুলিৰ দুপৰীয়া ” শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই । উন্মোচনী ভাষণত অধ্যক্ষ কলিতাই কয় যে অতীতৰ পৰাই সমাজত গ্ৰন্থই বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰভাত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত মুখ্য অতিথি হিচাপে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ , বিশিষ্ট অতিথি হিচাপে প্ৰেম মেধি , বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৰিমউদ্দিন আহমেদ , থানেশ্বৰ শইকীয়া সহ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন