ঘোষণা হ`ল অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা

0 270

অসম বিধানসভা নিৰ্বাচন সমাগত।বৃহস্পতিবাৰে অসম গণ পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা।
৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অগপই।সেই সমষ্টি হ`ল-ৰহা- বিষ্ণু দাস।
দলগাঁও- হবিবৰ ৰহমান।
কৰিমগঞ্জ দক্ষিণ- আজিজ আহমেদ খান।
আলগাপুৰ- আপ্তাবুদ্দিন লস্কৰ।
যমুনামুখ- ছাদ্দিকুল্লা ভূঞা।
পাথাৰকান্দি- ছাব্বিৰ আহমেদ।

Leave A Reply

Your email address will not be published.