যি সময়ত চকীদাৰকলৈ বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে , সেই সময়ত ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙৰ কৰ্মই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙ পেছাত এজন চিকিৎসক ।তেখেতে সাপ্তাহিক চুটীত দেশৰ জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।প্ৰতি বৃহস্পতি বাৰে ৰাজধানীৰ থিম্ফুস্থিত এখন চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়ায়।স্মতব্য যে প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰতি বৃহস্পতিবাৰে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলক পাঠদানৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ পিছত চিকিৎসা সেৱা আগবঢ়ায় ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন