টীয়ক হস্পিতাল পথত আয়ুষ ডায়গ্নষ্টিক চেণ্টাৰ মুকলি

0 231

আজিৰে পৰা টীয়কৰ হস্পিতাল পথত আৰম্ভ হ’ল আয়ুষ ডায়গ্নষ্টিক চেণ্টাৰ নামৰ এটা পৰীক্ষাগাৰ।উল্লেখযোগ্য যে বিগত বৰ্ষত লকডাউনৰ বাবে কৰ্মহীন হৈ পৰা তিনিজন নিবনুৱা যুৱকৰ প্ৰচেষ্টাত এই পৰীক্ষাগাৰটো স্থাপন হৈছে।পৰীক্ষাগাৰটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ বিনাপানী হাজৰিকাই।এই পৰীক্ষাগাৰটোৱে বৃহত্তৰ টীয়কৰ লগতে দাঁতিকাষৰীয়া বহু অঞ্চলৰ ৰাইজৰ সুবিধা হ’ব বুলি যুৱক কেইজনে আশা প্ৰকাশ কৰিছে।
খবৰ যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে..

Leave A Reply

Your email address will not be published.