ৰেলেৰে প্ৰথমবাৰৰ বাবে অসমলৈ আমদানি কৰা হয় ২৭৬০ মেট্ৰিক টন খাৰুৱা তেল । এই কামৰ পদক্ষেপ গ্ৰহণ কৰিছে এন আৰ এল কৰ্তৃপক্ষই ।জানিব পৰা মতে মালয়েছিয়া মিৰিৰ পৰা জাহাজেৰে খাৰুৱা তেল খিনি পশ্চিম বংগৰ হালদীয়া বন্দৰলৈ আনিছে।এক তথ্য অনুসৰি বৰ্তমান শোধনাগাৰটোৰ শোধন ক্ষমতা সম্পূৰ্ণকৈ ব্যৱহাৰ হোৱা নাই ।ভৱিষ্যতে শোধনাগাৰ কৰ্তৃপক্ষই শোধন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ