বি টি চিত স্থাপন হ’ব ৪০খন নতুন কলেজ

0 228

আজি কোকৰাঝাৰ জিলাৰ গ্ৰীণফ্লিড বডোফা নগৰত দিনৰ ১১ বজাত চতুৰ্থ খন বিটিচি পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই শপত গ্ৰহণ অনুষ্ঠানতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।
ঘোষণা অনুসৰি ওদালগুৰি, তামুলপুৰ,চিৰাঙত আৰম্ভ হ’ব একোখনকৈ আদর্শ কলেজৰ কাম। বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিত ৪০ খনকৈ নতুন কলেজ আৰু পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য্য আগবঢ়াব।নতুন পৰিষদৰ শপদ গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.