মনোহাৰী গল্ড টিয়ে পূৰ্বৰ অভিলেখ ভংগ কৰিলে

0 232

অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ মনোহাৰী গল্ড টিয়ে মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত বিক্ৰী নং ৫০ ত নিজৰে অভিলেখ ভংগ কৰিলে ।প্ৰতি কিলোগ্ৰামত মনোহাৰী গোল্ড টেনোৱা চাহত ৯৯,৯৯৯ টকাত নিলাম হয়।মনোহাৰী গ’ল্ড চাহখিনি সৌৰভ চাহ ব্যৱসায় প্ৰতিষ্ঠানে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক ৯৯,৯৯৯ টকাত ক্ৰয় কৰে।

Leave A Reply

Your email address will not be published.