মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে অসমৰ আন এখন চাহ বাগিচাই।ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচা গল্ডেন টিপচ চাহ আজি বিক্ৰী হ’ল প্ৰতি কেজি ৭২, ৫০১টকা দৰত ।এই চাহ ক্ৰয় কৰে মুন্দ্ৰা চাহ কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে।জানিব পৰা মতে এই বেলজিয়ামৰ চেভেন প্লাইজিয়াৰ আৰু নম: মাৰ্কেটিঙত যোগান ধৰিব ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন