ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিছে অসম জীয়ৰী

0 234

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম জীয়ৰী। চনী টিভিৰ হৈ চনী মাল্টি মিডিয়াই ক’ভিড-১৯ৰ মহামাৰীৰ বাবে অন লাইন যোগে অয়োজন কৰা SUPER VOICE OF INDIA 2020 প্ৰতিযোগিতাৰ টপ টেনত প্ৰৱেশ কৰিছে এগৰাকী অসম জীয়ৰীয়ে৷
 
 
মৰিয়নীৰ জীয়ৰী আৰু বোকাখাতৰ বোৱাৰী পৰিস্মৃতা শৰ্মা বৰ্তমান প্ৰতিযোগীতাখনৰ ভোটিং ৰেংকিঙ তৃতীয় স্থানত আছে। পৰিস্মৃতাই  সংগীত শিক্ষা পিতৃ নৃপেন শৰ্মাৰ পৰা লৈছিল।পৰিস্মৃতাক শীৰ্ষ স্থান পাবৰ বাবে এতিয়া অসম তথা ভাৰতবাসীৰ অনলাইন ভোটৰ প্ৰয়োজন। পৰিস্মৃতাই চনী মাল্টি মিডিয়াৰ ফেচবুক পেজত গৈ লাইক শ্বেয়াৰ কৰি ভোটদান কৰিবৰ বাবে অসমবাসীক আহ্বান জনাইছে৷
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.