এন আৰ এল আৰু ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটউট গুৱাহাটীৰ মাজত আজি দুই কোটি ব্যয় সাপেক্ষে বি চি আইত এটা শিশু অ’নকোলজী ৱাৰ্ড স্থাপনৰ বাবে চুক্তি হয় ।বি চি আইৰ সঞ্চালক ডক্টৰ এ চি কাকতি আৰু এন আৰ এলৰ চি জি এম ডি চৌধুৰীয়ে আৰু এন আৰ এলৰ জ্যেষ্ঠ চি জি এম বি এক্কাৰ লগত চুক্তিত স্বাক্ষৰ কৰে।এই শিশু অন’কোলজী’ ৱাৰ্ডত ১৫খন বিচনাযুক্ত ডে কেয়াৰ কেমোথেৰাপী ইউনিট আৰু এক ৰিক্ৰিয়েশ্বনেল তথা ক্ৰিয়েভিটি অঞ্চল থাকিব। কোম্পানীটোৱে এনেদৰে চি এছ আৰ কাৰ্য্যসূচীৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ