সুখবৰ
admin

খেলো ইণ্ডিয়াৰ টৰ্চ ৰেলি মুকলি

আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত খেলো ইণ্ডিয়া য়ুথ গেমছ্-২০২০ ৰ টৰ্চ ৰেলী শুভাৰম্ভ হয়। এই টৰ্চ ৰেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে।এই

সুখবৰ
admin

দেশপ্ৰেম মূলক গীতে বনভোজস্থলী মুখৰিত হৈ পৰিল

নৱবৰ্ষ সমাগত।চলিত বৰ্ষ বিদায় দি লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বনভোজথলীত মিলিত হয় বহু বনভোজকাৰী দল।আজি অৰ্থাৎ বছৰটোৰ শেষৰ দেওবাৰে মহানগৰীৰ গাতে লাগি থকা দীপৰ

সুখবৰ
admin

চিত্ৰশিল্প প্ৰদৰ্শনী

গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত যোৱা ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে চিত্ৰশিল্পী চিৰঞ্জীৱ বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।প্ৰদৰ্শনীত চিত্ৰশিল্পী গৰাকীয়ে মুঠ ২৪ খন ডিজিটেল পেইণ্টিঙ প্ৰদৰ্শন

সুখবৰ
admin

সমাহাৰ নাট্য গোষ্ঠীয়ে এবছৰীয়া থিয়েটাৰ পাঠ্যক্রম আৰম্ভ কৰিব

গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত সমাহাৰ নাট্য বিদ্যালয়ত অহা জানুৱাৰী মাহৰ পৰা এবছৰীয়া থিয়েটাৰ ডিপ্ল’মা পাঠ্যক্রম প্ৰদান কৰিব।এই পাঠ্যক্রমত অভিনয়,কবিতা,আবৃত্তি,ৰূপসজ্জা,মঞ্চসজ্জা,নাট্য ৰচনা,সংগীত,পোহৰ আৰু পৰিচালনা অন্তর্ভুক্ত থাকিব।বিশিষ্ট থিয়েটাৰ ব্যক্তিত্ব,শিক্ষাবিদ