আজি ১৪ জুন।জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী।আজি দিনটো সুশান্তৰ অনুৰাগী সকলৰ বাবে অতি বেদনাদায়ক দিন।আজিৰ দিনটোক কেন্দ্ৰ কৰিয়ে সুশান্তৰ অনুৰাগী সকলে কালিৰে পৰা চ’চিয়েল মেডিয়াত শোক প্ৰকাশ কৰা অথবা স্মৰণ কৰা দেখা গৈছে।কোনোৱে গানেৰে, কোনোৱে ছবিৰে শ্ৰদ্ধাঞ্জলি নিবেদিছে।আনহাতে সুশান্ত প্ৰেয়সী অংকিতা লখণ্ডে ঘৰতে প্ৰাৰ্থনা কৰি ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিক খনৰ অংকিতাই সহ অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।সুশান্তৰ মৃত্যুৱে এবছৰ অতিক্ৰম কৰিলে যদিও অভিনেতা জনৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল!
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ