দেশৰ অন্য প্ৰান্তৰ লগতে কালি শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্তী কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৭৫তম স্বাধীনতা দিৱস দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় । কাৰ্যসূচীৰ আৰম্ভণিতে দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য অধিনায়ক প্ৰণৱ জ্যোতি গোস্বামীয়ে পেৰেডত অংশগ্ৰহণ কৰি জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰি ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে । তেওঁৰ চমু ভাষণত উল্লেখ কৰে যে আমাৰ পূৰ্বপুৰুষ সকলৰ অশেষ কষ্টৰ ফলত আমি বৃষ্টিছৰ শাসনৰ পৰা দেশখন স্বাধীন কৰিলে, সেয়ে আমি দেশৰ অখণ্ডতাৰ ৰক্ষাৰ্থে কেতিয়াও আপোচ কৰিব নালাগে, বিশেষকৈ দেশ ৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বাহিনীয়ে সদায় নিজ নিষ্ঠাৰে পালন কৰিব লাগে , এই অনুষ্ঠানতে এই বছৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখাতি ৰে উত্তীৰ্ণ হোৱা কেবাগৰাকীও মেধাৱী শিক্ষাৰ্থী সকলক সন্মান জনোৱা হয়।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins