Browsing Category
সুখবৰ
ৰহাত চিকিৎসক,নাৰ্চ, গাঁওবুঢ়া,আৰক্ষী,সাংবাদিক আৰু চাফাই কৰ্মী আদিক সম্বৰ্ধনা আছুৰ
ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰহাৰ চিকিৎসক, নাৰ্চ,স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী, গাওঁবুঢ়া,চাফাই কৰ্মী…
পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হোৱা সম্ভাৱনা
ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিত পৰৱৰ্তী ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
কিছুদিন আগতে…
নলবাৰীত ক’ভিড সজাগতা সভা সম্পন্ন
সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে জটিল ৰূপ ধাৰণ কৰি থকা সময়তে আজি নলবাৰী জিলাৰ…
বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী ঐতিহাসিক টঙৰা সত্ৰ চৌহদত আয়োজিত বলিদান দিৱসৰ কাৰ্যসূচীত অংশলৈ ভাৰত…
শিৱসাগৰত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ
অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি…
অম্বুবাচীৰ সম্পৰ্কত অভিনেত্ৰী কংকনা ৰানাৱটে কি ক’লে
অম্বুবাচী সময়তে অম্বুবাচীক লৈ ফেচবুকত পোষ্ট কৰিলে বলিউডৰ অভিনেত্ৰী কংকনা ৰানাৱটে। কামাখ্যা দেৱীৰ মাহাত্ম্য বৰ্ণনা…
অসম গৌৰৱ হিমা দাসৰ অন্য এক সাফল্য
ধিং এক্সপ্ৰেছ অসম গৌৰৱ হিমা দাসৰ অন্য এক সাফল্য।ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সত একেদিনাই দুটাকৈ স্বৰ্ণ পদক লাভ কৰিলে অসম…
টীয়কৰ ক’ৰণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ ল’লে দুই মন্ত্ৰী মহন্ত,…
সমগ্র ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰদান কৰা ক'ৰণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লোৱা…
এমপিএল: ট’কিঅ’ ২০২০ অলিম্পিকত মুখ্য অংশীদাৰ
ইস্পৰ্টছ প্লেটফৰ্ম, ম'বাইল প্ৰিমিয়াৰ লীগ (এমপিএল)ৰ সামূহিক উদ্যোগ, এমপিএল স্পৰ্টছ ফাউণ্ডেচন ভাৰতীয় অলিম্পিক…
শিৱসাগৰত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ…
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন…